ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহিলা আৰক্ষীৰ ইউনিফর্মৰ জোখ লৈছে পুৰুষ দৰ্জীয়ে! বিতর্কৰ জোৱাৰ নেট মাধ্যমত:

ASSAM TIMES POST by ASSAM TIMES POST
February 8, 2022
Reading Time: 1 min read
A A
0
মহিলা আৰক্ষীৰ ইউনিফর্মৰ জোখ লৈছে পুৰুষ দৰ্জীয়ে! বিতর্কৰ জোৱাৰ নেট মাধ্যমত:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেক্স:

আৰক্ষীৰ কামত মহিলা-পুৰুষৰ কোনো ভেদাভেদ নাই। কিন্তু বিশেষ কিছু ক্ষেত্রত মহিলা আৰু পুৰুষসকলৰ বাবে নিয়ম পৃথক। তেনে এটি নিয়ম হ’ল, মহিলা আৰক্ষীৰ ইউনিফর্মৰ জোখ লয় মহিলা দৰ্জীয়ে। কিন্তু তাৰ সলনি দেখা গ’ল পুৰুষ দৰ্জীক! এনে এখন ছবি ভাইৰেল হৈছে নেট মাধ্যমত। যাক কেন্দ্ৰ কৰি নতুন বিতর্কৰ সৃষ্টি হৈছে।

সূত্রৰ খবৰ মতে, ঘটনাটি ঘটিছে অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত। নেল্লোৰ আৰক্ষীৰ আত্মাকুৰু আৰু কাভালি বিভাগত একেলগে পুৰুষ আৰু মহিলা আৰক্ষীৰ পোছাক চিলোৱা হয়। তাতেই মহিলা কর্মচাৰীসকলৰ সৈতে পুৰুষসকলৰো পোছাকৰ জোখ লোৱা হয়। কিন্তু নেট মাধ্যমত ভাইৰেল ছবিত দেখা গৈছে যে মহিলাসকলৰ পোছাকৰ মাপ লৈছে এজন পুৰুষ দৰ্জীয়ে! তাতেই ক্ষোভিত হৈ পৰিছে নেটিজেনসকল৷

ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই নেল্লোৰৰ আৰক্ষী বিষয়া বিজয়া ৰাৱে জনাইছে, মহিলা আৰক্ষীৰ পোছাকৰ বিষয়টিৰ তদন্ত আৰম্ভ হৈছে। মহিলা আৰক্ষীসকলৰ বাবে পৃথকে মহিলা দৰ্জীও নিয়োগ কৰা হৈছে। মহিলাসকলৰ গোপনীয়তা উলঙ্ঘনৰ বিষয়টিৰ বিৰুদ্ধেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জনায়। আনহাতে, বিষয়টোক লৈ ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো আৰম্ভ হৈছে৷

Tags: featured3
Share4Tweet3Send

Related Posts

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
ADVERTISEMENT
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT