ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

উত্তৰ প্রদেশত একে পৰিয়ালৰে ৫ জনৰ ৰহস্যজনক মৃত্যু, বিজেপি চৰকাৰৰ দিশে আঙুলি বিৰোধীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 18, 2022
Reading Time: 1 min read
A A
0
উত্তৰ প্রদেশত একে পৰিয়ালৰে ৫ জনৰ ৰহস্যজনক মৃত্যু, বিজেপি চৰকাৰৰ দিশে আঙুলি বিৰোধীৰ

logo new 2 1 1 4 1 3 4 2 | ASSAM TIMES POST

RELATED POSTS

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

উত্তৰ প্রদেশত ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে তিনি শিশুসহ একেই পৰিয়ালৰে পাঁচজনৰ মৃতদেহ। শনিবাৰে আৰক্ষীয়ে জনাইছে, ঘটনাটি শুক্রবাৰৰ নিশা নবাবগঞ্জ থানাৰ খাগলপুৰ গাঁৱৰ।

নতুনকৈ ৰাজ্যত ক্ষমতালৈ অহাৰ পিছত এই ঘটনাত যোগী চৰকাৰৰ দিশে আহুলি টোঁৱাবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে। আৰক্ষীৰ দাবী, ঘটনাটি আত্মহত্যাৰ।

৫ জনৰ ৰহস্যজনক মৃত্যু
৫ জনৰ ৰহস্যজনক মৃত্যু

আৰক্ষী সূত্র মতে, শনিবাৰে পুৱা ৭ বজাত ঘটনাৰ খবৰ আহে। প্রয়াগৰাজৰ আৰক্ষী অধীক্ষক অভিষেক আগৰৱালাই জনায়, ফৰেন্সিক দল আৰু আৰক্ষীয়ে কুকুৰ লৈ ঘটনাস্থলীত উপস্থিত হয়। ঘৰত মৃত অৱস্থাত পোৱা যায় ৰাহুল (৪২), তেওঁৰ পত্নী প্রীতি (৩৮) আৰু তেওঁলোকৰ তিনি জীয়ৰী— মাহি (১৫), পিহু (১৩) আৰু কুহুক (১১)।

৫ জনৰ ৰহস্যজনক মৃত্যু
উত্তৰ প্রদেশত

আৰক্ষীয়ে জনোৱা মতে, ৰাহুলৰ মৃতদেহ ঘৰৰ ছাদৰ পৰা ওলমি আছিল। অন্যকেইজনৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাতৰ ক্ষত আছে। শনিবাৰে অহা ৰাহুলৰ পোষ্টমৰ্টেমৰ ৰিপোর্ট মতে আৰক্ষীয়ে তাত আত্মহত্যাৰেই তত্ত্ব লাভ কৰা বুলি প্ৰকাশ।

ঘটনাটি তদন্তৰ বাবে সাতটা তদন্তকাৰী দল গঠন কৰা হৈছে। তদন্তকাৰীসকলৰ দাবী, ৰাহুলৰ ভনীয়েক আৰু খুড়শালিয়েকৰ পৰা জানিব পৰা মতে তেওঁ কিছু দিন ধৰি শহুৰৰ ঘৰৰ সৈতে বিবাদত জড়িত হৈ পৰিছিল।

ইফালে সমাজবাদী পার্টিৰ সভাপতি অখিলেশ যাদৱে এই ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন উত্তৰ প্রদেশ চৰকাৰক আক্রমণ কৰি কৈছে, ৰাজ্যখন অপৰাধত নিমজ্জিত হৈছে।

এটি খবৰৰ স্ক্রিনশ্বট শ্বেয়াৰ কৰি তেওঁ হিন্দীতে টুইট কৰিছে, ‘‘বিজেপি চৰকাৰ ২.০ৰ আমোলত উত্তৰ প্রদেশ অপৰাধত ডুবি গৈছে। 

Tags: BJPবিজেপি
Share4Tweet3Send

Related Posts

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

by News Desk
June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

by Staff Reporter
June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

by Staff Reporter
June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

by Staff Reporter
June 18, 2026
50
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx