ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

দুবছৰীয়া শিশুসহ একে পৰিয়ালৰ পাঁচজনক ঘপিয়াই হত্যা!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2022
Reading Time: 1 min read
A A
0
দুবছৰীয়া শিশুসহ একে পৰিয়ালৰ পাঁচজনক ঘপিয়াই হত্যা!

RELATED POSTS

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

দুবছৰীয়া এটি শিশুসহ একে পৰিয়ালৰ পাঁচজনক ঘপিয়াই হত্যা দুষ্কৃতিকাৰীৰ। ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ থৰবই থানাৰ অন্তর্গত খেবৰাজপুৰত। আৰক্ষীয়ে জনাইছে, দুষ্কৃতিকাৰীয়ে এক প্রৌঢ় দম্পতি, তেওঁলোকৰ জীয়ৰী, বোৱাৰী আৰু নাতিনীক হত্যা কৰিছে।

মৃতসকল হৈছে ৰামকুমাৰ যাদৱ (৫৫), তেওঁৰ পত্নী কুসুম দেৱী (৫২), জীয়ৰী মনীষা (২৫), বোৱাৰী সবিতা (২৭) আৰু নাতিনী মীনাক্ষী (২)।

প্রত্যক্ষদর্শীয়ে জনোৱা মতে, শনিবাৰে পুৱা ৰামকুমাৰৰ ঘৰৰ পৰা প্রচণ্ড ধোঁৱা ওলোৱা দেখে তেওঁলোকে। ঘৰত জুইলগাৰ আশঙ্কা কৰি কেইজনমান লোক ৰামকুমাৰৰ ঘৰত সোমাওঁতেই আতংকিত হৈ উঠে। তেওঁলোকে দেখে মজিয়াত পৰি আছে পাঁচজনৰ ৰক্তাক্ত মৃতদেহ।

এটি কোঠাত দাউদাউকৈ জুই জ্বলিছিল। ঘৰৰেই এটা কোণৰ পৰা ৰামকুমাৰৰ পাঁচ বছৰীয়া নাতিনীক উদ্ধাৰ কৰে স্থানীয় লোকসকলে। তেওঁৰ চকুৱে-মুখে তেতিয়াও আতঙ্কৰ চাপ স্পষ্ট।

আৰক্ষী বাহিনীয়ে গৈ ঘৰটোৰ পৰা পাঁচজনৰ মৃতদেহ উদ্ধাৰ কৰি পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰিছে। হত্যাকাৰীৰ সন্ধান কৰিবলৈ এটি বিশেষ দল গঠন কৰিছে আৰক্ষীয়ে। অপৰাধীক সোনকালে গ্রেপ্তাৰৰ দাবী জনাইছে অঞ্চলটোৰ লোকসকলে।

আৰক্ষীয়ে জনোৱা মতে চোকা অস্ত্ৰৰে নৃশংসভাবে হত্যা কৰা হৈছে পাঁচজনকে। কিন্তু কিয় হত্যা কৰা হ’ল, কোনেইবা হত্যা কৰিলে সেই উত্তৰৰ সন্ধানত আৰক্ষীয়ে কাম আৰম্ভ কৰিছে। একে সময়তে প্রশ্ন উঠিছে, ৰামকুমাৰৰ পাঁচ বছৰীয়া নাতিনীক কিয় এৰি দিলে দুষ্কৃতিকাৰীয়ে। পৰিচিত কোনো উক্ত ঘটনাৰ সৈতে জড়িত আছে নেকি তাকো চাইছে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Crimeহত্যা
Share4Tweet3Send

Related Posts

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
52
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক
Assam

Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক

by News Desk
September 12, 2026
56
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d