ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্তৰ হাৰ বৃদ্ধি প্রায় ২৫ শতাংশ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 4, 2022
Reading Time: 1 min read
A A
0
এটা দিনত সর্বোচ্চ আক্রান্ত মহাৰাষ্ট্রত : ৪ মাহত দেশৰ সর্বোচ্চ দৈনিক সংক্রমণ

logo new 2 1 1 4 1 3 4 5 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

লাহে লাহে হ’লেও কোভিড সংক্রমণ বৃদ্ধি পাইছে। ৰাজধানী দিল্লীৰ অৱস্থা অতি শোচনীয়। অৱশ্যে আইচিএমআৰৰ মতে, সম্প্ৰতি হেনো চতুর্থ ঢৌৰ সম্ভাৱনা নাই। অৱশ্যে বিগত ২৪ ঘণ্টাত আক্রান্তৰ হাৰ বৃদ্ধি পালে প্রায় ২৫ শতাংশ। সক্ৰিয় ৰোগীৰ সংখ্যাও পুনৰ ঊর্ধ্বমুখী।

বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰিসংখ্যাই কৈছে, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত ৩,২০৫ জন। এটা দিনতে সংক্রমণৰ হাৰ বৃদ্ধি পালে ২৪.৮ শতাংশ। কেৱল দিল্লীতেই আক্রান্ত ১,৪১৪ জন।

coronavirus graphic web feature | ASSAM TIMES POST

দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা বিগত ২৪ ঘণ্টাত পুনৰ ঊর্ধ্বমুখী। বর্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৯ হাজাৰ ৫০৯। সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ হাৰ বৰ্তমান ০.০৫ শতাংশ। বিগত ২৪ ঘণ্টাত কৰোনাই প্রাণ কাঢ়িছে ৩১ জনৰ। দেশত এই পর্যন্ত কোভিডত মুঠ মৃত্যুৰ সংখ্যা ৫ লক্ষ ২৩ হাজাৰ ৯২০।

আনহাতে, এই পর্যন্ত দেশত ৪ কোটি ২৫ লক্ষ ৪৪ হাজাৰ ৬৮৯ জন কৰোনাৰ পৰা মুক্ত হৈছে। যাৰ ভিতৰত বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২,৮০২ জন। সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ।

Tags: কৰোনাকৰোনা সংক্ৰমণ
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

by Staff Reporter
July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

by Staff Reporter
July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

by Staff Reporter
July 6, 2026
50
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
ADVERTISEMENT
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
50
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT