ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কাশ্মীৰত ইটোৰ পিছত সিটো হত্যাকাণ্ড! নিৰাপত্তা উপদেষ্টা ডোভালৰ সৈতে জৰুৰী বৈঠক অমিত শ্বাহৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 3, 2022
Reading Time: 1 min read
A A
0
কাশ্মীৰত ইটোৰ পিছত সিটো হত্যাকাণ্ড! নিৰাপত্তা উপদেষ্টা ডোভালৰ সৈতে জৰুৰী বৈঠক অমিত শ্বাহৰ

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ পৰা আৰম্ভ কৰি অভিনেত্রী আমৰিন ভাট, শিক্ষয়িত্ৰী ৰজনী বালা। উপত্যকাটোত ইটোৰ পিছত সিটো হত্যাৰ ঘটনাত চিন্তিত কেন্দ্রীয় চৰকাৰ। তেনে পৰিস্থিতিত কাশ্মীৰৰ নাগৰিকৰ সুৰক্ষা সংক্রান্তীয় বিষয়ক লৈ আলোচনা কৰিবলৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত বহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। উপস্থিত আছিল প্রধানমন্ত্রী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী জিতেন্দ্র সিঙো।

গৃহমন্ত্রী অমিত শ্বাহবিগত মে’ মাহত বহু কেইজন সাধাৰণ নাগৰিকক হত্যাৰ ঘটনা ঘটে কাশ্মীৰত। তেওঁলোকৰ ভিতৰত কেইবাজনো আকৌ কাশ্মীৰী পণ্ডিত সম্প্রদায়ৰ। বৃহস্পতিবাৰেও কুলগামত বিনয় কুমাৰ নামৰ এজন বেঙ্ক মেনেজাৰক গুলীয়াই হত্যা কৰা হয়। তেনে পৰিস্থিতিত উপত্যকাটোৰ পৰিস্থিতি সন্দৰ্ভত নর্থ ব্লকত জৰুৰী ভিত্তিত ডোভালৰ সৈতে বৈঠকত বহে শ্বাহ।

সূত্রৰ খবৰ মতে, এক ঘণ্টাৰো অধিক সময় ধৰি উক্ত বৈঠক অনুষ্ঠিত হয়। অৱশ্যে বৈঠকত কি সিদ্ধান্ত হৈছে, কেনেদৰে সাম্প্রতিক বিশৃঙ্খলতা নিয়ন্ত্রণলৈ অনাৰ চিন্তা কৰিছে কেন্দ্রই, সে সম্পর্কে বিশদভাৱে একো জানিব পৰা হোৱা নাই।

Tags: অমিত শ্বাহ
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

by Staff Reporter
July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
ADVERTISEMENT
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx