ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

“ৰেত চামাধি”-ভাৰতীয় ভাষাৰ সাহিত্যলৈ প্ৰথমটি বুকাৰ

ৰিমলী বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
June 3, 2022
Reading Time: 1 min read
A A
0
“ৰেত চামাধি”-ভাৰতীয় ভাষাৰ সাহিত্যলৈ প্ৰথমটি বুকাৰ

logo new 2 1 | ASSAM TIMES POST
২০২২বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁ‌টা লাভ কৰিছে ভাৰতীয় গল্পকাৰ,ঔপন্যাসিক-গীতাঞ্জলী শ্ৰীয়ে। বিশ্ব সাহিত্যৰ ক্ষেত্ৰত ন’বেল বঁ‌টাৰ পিছতেই পূৰ্বে “মেন বুকাৰ বঁ‌টা”নামেৰে জনাজাত এই বঁ‌টা প্ৰতিবছৰে মূলতঃ ইংৰাজী ভাষাত ৰচিত গ্ৰন্থলৈ অথবা আন ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনূদিত একোখন উপন্যাসক প্ৰদান কৰা হয়।

ভাৰতীয় ভাষাৰ সাহিত্যলৈ প্ৰথমটি বুকাৰএই অনুবাদ সাধাৰণতে ইংলেণ্ড অথবা আয়াৰলেণ্ডত কৰা হয়। এইবাৰ,অৰ্থাৎ ২০২২বৰ্ষত গীতাঞ্জলী শ্ৰীৰ হিন্দী ভাষাত ৰচিত উপন্যাস-“ৰেত চামাধি”বা “টম্ব অৱ চেণ্ড”(ইংৰাজীলৈ অনূদিত ৰূপ)লৈ বুকাৰ বঁ‌টা আগবঢ়োৱা হয়। গত বৃহস্পতিবাৰে ইংলেণ্ডত অনুষ্ঠিত বঁ‌টা প্ৰদান অনুষ্ঠানত এই বঁ‌টা ৰেত চামাধিৰ অনুবাদক আমেৰিকান লিখক,সাহিত্যক তথা অনুবাদক-ডেইজী ৰ’কৱেলসহ প্ৰদান কৰা হয়।

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

ভাৰতীয় ভাষাৰ সাহিত্যলৈ প্ৰথমটি বুকাৰউল্লেখনীয় এক কথা যে-এই বঁ‌টাত অনুবাদকজনকো সমানেই মান্যতা বা সন্মান প্ৰদান কৰে,অৰ্থাৎ বঁ‌টাটি লিখক-অনুবাদক দুয়োৰে মাজতে বিভাজিত হয়। প্ৰখ্যাত লেখক গেব্ৰিয়েল মাৰ্কুৱেজে কৈ গৈছিলে যে-“সাহিত্যৰ অনুবাদ কৰাৰ অৰ্থ হৈছে-এটি লিখাক নতুন বা আন এক ভাষাত পুনৰ-সৃষ্টি কৰা”-অৱশ্যেই সঁ‌চা কথা।

নিশ্চিতভাৱেই ভাৰতৰ বাবে ই এক নিতান্তই সু-খবৰ। পিছে এই সুখবৰৰ অন্তৰালত আন এক বিশেষ কাৰণ আছে। ইয়াৰ পূৰ্বে যে কোনো ভাৰতীয় বা ভাৰতীয় মূলৰ সাহিত্যিকে বুকাৰ বঁ‌টা লাভ কৰা নাই,এনে নহয়। ভি এছ নাইপল,চালমান ৰুশ্বডিৰ পৰা অৰুন্ধতী ৰয়লৈকে বহুকেইটা নাম আছে।

পিছে এইবাৰৰ এই বঁ‌টাৰ বিশেষ কাৰণটো হৈছে-এইবাৰ এক ভাৰতীয় ভাষাত ৰচিত উপন্যাসে এই বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে,পূৰ্বে এই বঁ‌টা লাভ কৰ্তাসকলে ইংৰাজী ভাষাতেই নিজ নিজ সৃষ্টি কৰিছিলে। হিন্দী ভাষাত উপন্যাস লিখি এই বঁ‌টা লাভ কৰা গীতাঞ্জলী শ্ৰী প্ৰথমগৰাকী সাহিত্যিক হোৱাৰ লগতেই ভাৰতীয় ভাষা সাহিত্যলৈয়ো ই এক অন্যতম স্বীকৃতি।

২০১৮ চনত ৰাজকমল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শ্ৰীৰ এই উপন্যাসখম মূলতঃ জীৱন-মৃত্যু,বৈধৱ্য,যন্ত্ৰণা,প্ৰকৃতিৰ সৈতে থকা মানুহৰ নিবিড় আত্মীয়তা,মানৱসৃষ্ট ভৌগোলিক সীমা আৰু বৈষম্য,ধৰ্মীয়-লিংগভিত্তিক নিষিদ্ধতা,ৰাষ্ট্ৰীয়তা,দেশীয় বিভাজন-এনেবোৰ কিছু স্পৰ্শকাতৰ বিষয়ৰ ভিত্তিত ৰচিত।

বুকাৰ প্ৰাপক ৬৪বৰ্ষীয় আহ্লাদিত শ্ৰীৰ মতে-এই বঁ‌টাটি একমাত্ৰ তেওঁৰ বাবেই নহয়,এই বঁ‌টাই ভাষা,সংস্কৃতি আৰু ভাৰতীয় সাহিত্যকো প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ মতে এজন লিখকৰ দ্বায়িত্ব হৈছে-ভাল,বেয়া,বুকাৰ বা অ-বুকাৰ-এনে সকলো সময়তে মাথোঁ লিখা। ইতিমধ্যেই শ্ৰীৰ এই গ্ৰন্থখনি ইংৰাজী ভাষাৰ উপৰিও ফৰাচী,জাৰ্মান,চাৰ্বিয়ান আৰু কুৰিয়ান ভাষালৈয়ো অনূদিত হৈছে।

Tags: ৰেত চামাধি
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx