![]()
ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহানায়ক তথা বিশ্ব চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তিত্ব অমিতাভ বচ্চনক আছাম টাইমছ পষ্টৰ তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই শুভক্ষণত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

এক শক্তিশালী কণ্ঠ তথা উজ্জ্বল অভিনয়ৰ জৰিয়তে নিজৰ ৮০ বছৰ বয়সতো দৰ্শকৰ হৃদয়ত বাস কৰে এংগ্ৰী ইয়ং মেন অমিতাভ বচ্চনে। অভিনেতা গৰাকীৰ অভিনয়ৰ যাত্ৰাই বলীউড ক্ষেত্ৰখনত নজিৰ সৃষ্টি কৰাৰ লগতে প্ৰতিটো প্ৰজন্মৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস। আজিৰ এই বিশেষ দিনটোত বিগ-বিক কোন তাৰকাই কেনেদৰে শুভেচ্ছা জনালে চাওঁচোন আহকঃ













