ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ছিডনীত ১১ বাৰকৈ ছুৰীকাঘাত ভাৰতীয় ছাত্ৰক, গ্ৰেপ্তাৰ ১

নিউজ ডেস্কঃ

News Desk by News Desk
October 14, 2022
Reading Time: 1 min read
A A
0
ছিডনীত ১১ বাৰকৈ ছুৰীকাঘাত ভাৰতীয় ছাত্ৰক, গ্ৰেপ্তাৰ ১

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

ছিডনীত অধ্যয়ন কৰি থকা এগৰাকী ভাৰতীয় ছাত্ৰক ১১ বাৰকৈ ছুৰীৰে আঘাত কৰা হয়। গুৰুতৰভাৱে আহত উত্তৰ প্ৰদেশৰ যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্ণবাদৰ বলি হোৱা বুলি পৰিয়ালৰ অভিযোগ। অষ্ট্ৰেলিয়াত থকা তেওঁলোকৰ পুত্ৰৰ ওচৰলৈ যাবৰ বাবে ভিছাৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক আবেদন জনাইছে পৰিয়ালটোৱে।

আহত ছাত্ৰজনৰ নাম শুভম গাৰ্গ। আই আই টি মাদ্ৰাজৰ স্নাতক এইগৰাকী ছাত্ৰ ১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীলৈ গৈছিল। তাত ২৮ বছৰীয়া শুভমে নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি আছে। তেওঁৰ পৰিয়াল উত্তৰ প্ৰদেশৰ আগ্ৰাত থাকে।

৬ অক্টোবৰৰ নিশা এটিএমৰ পৰা উভতি আহি আছিল তেওঁ। তাৰ পিছত এজন যুৱকে তেওঁৰ ওপৰত আক্ৰমণ চলাই ধনদাবী কৰে। অভিযুক্তৰ হাতত এখন দা আছিল। শুভমে টকা দিবলৈ অমান্তি হোৱাত যুৱকজনে তেওঁৰ পেট আৰু বুকুত ছুৰীৰে আঘাত কৰি পলায়ন কৰে।

sidney1 | ASSAM TIMES POST

শুভমে কেনেবাকৈ ওচৰৰ ঘৰ এটালৈ গৈ সহায় বিচাৰে। তাৰ পৰাই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, শুভমৰ পেট আৰু বুকুত গুৰুতৰভাৱে আঘাত পাইছে। শুভমৰ পিতৃ ৰমনিৱস গাৰ্গে কয়, “কেনেবাকৈ তেওঁৰ জীৱন ৰক্ষা পৰিল। ৮ অক্টোবৰত তেওঁৰ পৰা ফোন নাপালোঁ। ইয়াৰ পিছত মই তেওঁৰ বন্ধুজনক ফোন কৰি সকলো গম পালোঁ। ১১ ঘণ্টা ধৰি পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। মোৰ ল’ৰাৰ চিকিৎসাৰ বাবে ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছো। মোৰ সৰু লʼৰাটোক অতি সোনকালে অষ্ট্ৰেলিয়ালৈ যাবলৈ ভিছাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছোঁ।”

উল্লেখ্য, শুভমক আক্ৰমণ কৰাৰ অভিযোগত ছিডনীত গ্ৰেপ্তাৰ কৰা হৈছে ২৭ বছৰীয়া এজন যুৱকক। খবৰ অনুসৰি, শুভমে অভিযুক্তক চিনি নাপালে। এটা সূত্ৰই দাবী কৰিছে যে বৰ্ণবাদৰ বাবেই এই আক্ৰমণৰ কোনো প্ৰমাণ পোৱা নাই। শুভমৰ ভগ্নী কাব্য গাৰ্গে টুইট কৰি সমগ্ৰ ঘটনাটোত ভাৰত চৰকাৰৰ সহায় বিচাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই টুইটত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো টেগ কৰে। অষ্ট্ৰেলিয়াৰ উচ্চ আয়োগৰ মুখপাত্ৰই জনোৱা মতে, ছিডনীত থকা ভাৰতীয় কনছুলেটে যুৱকজনক সহায় কৰিছে। আহত পৰিয়ালৰ সদস্যসকলৰ বাবে ভিছাৰ ব্যৱস্থা কৰিছে অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তই।

Tags: Indian student stabbed 11 times in Sydneyছিডনীত ১১ বাৰকৈ ছুৰীকাঘাত ভাৰতীয় ছাত্ৰক
Share4Tweet3Send

Related Posts

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

by News Desk
July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

by News Desk
July 3, 2026
50
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT