ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

কোভিডৰ বাবেই মহামাৰীৰ ৰূপ ল’ব কেন্সাৰে! অধ্যয়নত ভয়ংকৰ তথ্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2022
Reading Time: 1 min read
A A
0
কোভিডৰ বাবেই মহামাৰীৰ ৰূপ ল’ব কেন্সাৰে! অধ্যয়নত ভয়ংকৰ তথ্য

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

কোভিড Covid মহামাৰীৰ পূৰ্বে কৰ্কট ৰোগ আছিল বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কোভিডৰ পিছত এইবাৰ কেন্সাৰেও মহামাৰীৰ ৰূপ লʼব পাৰে। কোভিডৰ প্ৰভাৱৰ বাবে ইউৰোপৰ কৰ্কট ৰোগৰ চিকিৎসা খণ্ডই এটা দশকৰ পিছত অধিক জটিল পৰিস্থিতিৰ সন্মুখীন হʼব।

কোভিডৰ বাবেই মহামাৰীৰ ৰূপ ল'ব কেন্সাৰেলেন্সেট অংকোলজীত প্ৰকাশিত এক অধ্যয়নত ইউৰোপীয় গ্ৰাউণ্ডশ্বট কমিছন অন কেন্সাৰ ৰিচাৰ্চে সমগ্ৰ ইউৰোপৰ কৰ্কট ৰোগীৰ বিগত ১২ বছৰৰ বিশদ তথ্য সংগ্ৰহ কৰিছে। এই অধ্যয়নত দেখা গৈছে যে যোৱা দুবছৰত সমগ্ৰ ইউৰোপত প্ৰায় ১০ লাখ ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসাত অৱহেলিত হৈছিল। যোৱা দুবছৰ ধৰি সমগ্ৰ বিশ্বতে চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰলৈ যোৱাক লৈ আতংকৰ সৃষ্টি হৈছে।

চিকিৎসালয়লৈ বা চিকিৎসকৰ ওচৰলৈ যাওঁতে বহু লোকৰ সংক্ৰমণ হোৱাৰ ভয় আছিল। আতংকটো সম্পূৰ্ণ ভিত্তিহীনো নাছিল। ইউৰোপীয় চৰকাৰসমূহে বাৰে বাৰে ভিৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে। চিকিৎসালয়বোৰো ভিৰৰ ঠাই। গতিকে কেন্সাৰ ৰোগীসকলেও সেই ঠাই এৰাই চলিছিল।

ইউৰোপৰ প্ৰায় ১৫ লাখ কৰ্কট ৰোগীৰ কোভিডৰ প্ৰথম বছৰটোত কোনো তথ্য নাছিল বুলি অধ্যয়নটোত প্ৰকাশ পাইছে। অৰ্থাৎ এই সময়ছোৱাত তেওঁলোকৰ কোনো কেমোথেৰাপি বা অস্ত্ৰোপচাৰ কৰা নাছিল। বহু ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্কট ৰোগীৰ কোনো লক্ষণ দেখা নাযায়। এই সময়ত যদি চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে আৰোগ্যৰ পথ তুলনামূলকভাৱে মসৃণ হয়।

কিন্তু কৰোনা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে প্ৰাৰম্ভিক পৰ্যায়ত বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ যাবলৈ বহু ৰোগীয়ে ভয় কৰে। কৰ্কট ৰোগৰ সঠিক চিকিৎসা নকৰিলে কম সময়ৰ ভিতৰতে বৃহৎ ৰূপ লʼব পাৰে। তেনেকুৱাই হʼল৷ গৱেষকসকলৰ মতে কোভিডৰ বাবেই ইউৰোপত কৰ্কট ৰোগীৰ আয়ুস হ্ৰাস পাইছে।

Tags: Covidকোভিড
Share4Tweet3Send

Related Posts

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

by Staff Reporter
May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

by Staff Reporter
May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx