ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

নাকত দিয়া কোভিড ভেকচিন কিমান দামত পোৱা যাব, প্ৰকাশ ভাৰত বায়োটেকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 27, 2022
Reading Time: 1 min read
A A
0
নাকত দিয়া কোভিড ভেকচিন কিমান দামত পোৱা যাব, প্ৰকাশ ভাৰত বায়োটেকৰ

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

যোৱা সপ্তাহত ভাৰত বায়োটেকৰ (Bharat Biotech) নাকৰ কোভিড ভেকচিন (Covid vaccine) ইনকোভেক (Inkovec) ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰই অনুমতি (Centre’s permission) দিয়ে। এইবাৰ উক্ত ভেকচিনৰ দাম প্ৰকাশ পালে। সংস্থাটোৱে জনোৱা মতে, এই প্ৰতিটো ভেকচিনৰ মূল্য হʼব ৮০০ টকা। অৱশ্যে ব্যক্তিগত চিকিৎসালয়ত এই ভেকচিনৰ মূল্যত ৫ শতাংশ জি এছ টি সংযোজন কৰা হʼব। ফলত জি এছ টিৰ সৈতে এই ভেকচিনৰ মূল্য হʼব ৮৪০ টকা।

ভাৰত বায়োটেকে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৩২৫ টকাত এই ভেকচিন ক্ৰয় কৰিব পাৰিব। কোম্পানীটোৱে লগতে কয় যে অহা বছৰৰ জানুৱাৰী মাহৰ চতুৰ্থ সপ্তাহত এই ভেকচিন মুকলি কৰা হʼব। ১৮ বছৰ আৰু তাৰ ওপৰৰ ক্ষেত্ৰত ইনকোভেক ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে এতিয়া কো-উইন পোৰ্টেলত টীকাকৰণৰ এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব।

সংগঠনটোৰ কাৰ্যবাহী অধ্যক্ষ কৃষ্ণ এলাই কয়, “আমি যি লক্ষ্যৰে আগবাঢ়ি আহিছিলো সেয়া সফল হৈছে। কোভেক্সিনৰ পিছত আমি ইনকোভেকো প্ৰস্তুত কৰিলোঁ। এই ভেকচিন বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰা হʼব।”

covid1 | ASSAM TIMES POST

ভাৰতৰ ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে (ডি চি জি আই) যোৱা নৱেম্বৰ মাহত এই ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল। তাৰ পিছত কোৱা হৈছিল যে এই ভেকচিন ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ভাৰত বায়োটেকে এই নাকৰ ভেকচিন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল যেতিয়া দেশত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। ভেকচিনৰ অনুমোদনৰ সন্দৰ্ভত নেচনেল টেকনিকেল এডভাইজাৰী গ্ৰুপ অন ইমিউনাইজচনৰ (এন টি এ জি আই) অধ্যক্ষ এন কে অৰোৰাই সংবাদ সংস্থা পি টি আইৰ আগত কয়, “এই ভেকচিন দেশত গৱেষণাৰ বিকাশৰ অন্যতম উদাহৰণ। কেৱল সেয়াই নহয়, এই ভেকচিন ব্যৱহাৰ কৰাটোও অতি সহজ।”

পূৰ্বে CoviShield বা Covaccine গ্ৰহণ কৰা কিছুমান লোকৰ ক্ষেত্ৰত Incovac পৰীক্ষামূলকভাৱে বুষ্টাৰ ভেকচিন হিচাপে ব্যৱহাৰ কৰা হৈছে। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ সহযোগত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। কিন্তু ভেকচিন প্ৰস্তুত, সুৰক্ষা, পৰীক্ষামূলক প্ৰয়োগকে ধৰি বাকী পদ্ধতিৰ দায়িত্ব আছিল ভাৰত বায়োটেকৰ হাতত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Covid vaccineকোভিড ভেকচিন
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
50
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

August 24, 2026
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d