ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

United States I আমেৰিকাৰ পৰা ২২০খন বয়িং ক্ৰয় কৰিব ভাৰতে

৩৪ বিলিয়ন ডলাৰৰ চুক্তি:

Staff Reporter by Staff Reporter
February 15, 2023
Reading Time: 1 min read
A A
0
United States I আমেৰিকাৰ পৰা ২২০খন বয়িং ক্ৰয় কৰিব ভাৰতে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

নিউজ ডেস্কঃ ফ্ৰান্সৰ (France) পিছত এইবাৰ এয়াৰ ইণ্ডিয়াই (Air India) আমেৰিকাৰ বিমান কোম্পানীৰ সৈতে ‘ঐতিহাসিক’ চুক্তি স্বাক্ষৰ কৰে। টাটা গ্ৰুপৰ (Tata Group) দ্বাৰা পৰিচালিত কোম্পানীটোৱে আমেৰিকাৰ বহুজাতিক বিমান কোম্পানীটোৰ পৰা ২২০ বিমান বয়িং ক্ৰয় কৰিব। এই চুক্তিৰ আৰ্থিক মূল্য ৩.৪ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ২ লাখ ৮২ হাজাৰ কোটি। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (Joe Biden) এই চুক্তিক “ঐতিহাসিক” বুলি অভিহিত কৰিছে।

Air India
আমেৰিকাৰ বিমান কোম্পানীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ ‘ঐতিহাসিক’ চুক্তি:

সংবাদ মাধ্যমৰ দাবী অনুসৰি, এয়াৰ ইণ্ডিয়াই বয়িঙৰ পৰা ১৯০ ৭২৭ মেক্স, ২০ ৭৮৭ আৰু ১০ ৭৭৭ এক্সএছ মডেল ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ লগতে তেওঁলোকৰ হাতত আৰু ৫০খন ৭২৭ মেক্স আৰু ২০টা ৭৮৭ মডেল কিনাৰ বিকল্পও আছে।হোৱাইট হাউছৰ (White House) তথ্য অনুসৰি, এই চুক্তি আমেৰিকাৰ মুদ্ৰাৰ ক্ষেত্ৰত বয়িঙৰ তৃতীয় বৃহত্তম চুক্তি। আনহাতে, আবণ্টনৰ সংখ্যাৰ ক্ষেত্ৰত ই দ্বিতীয় সৰ্বাধিক। মঙলবাৰে এক বিবৃতিত বাইডেনে কয় যে যদিহে এই চুক্তি কাৰ্যকৰী হয় তেন্তে আমেৰিকাৰ ৪৪খন ৰাজ্যত ১০ লাখতকৈ অধিক চাকৰিৰ সহায়ক হʼব।

IMG 20230215 113827 | ASSAM TIMES POST
ভাৰতে মঙলবাৰে ফ্ৰান্সৰ পৰা ২৫০ খন এয়াৰবাছ ক্ৰয়ৰ চুক্তিও স্বাক্ষৰ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ (Emmanuel Macron) সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) ভাৰ্চুৱেল বৈঠকৰ পিছত টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনে (Natarajan Chandrasekaran) সংবাদ মাধ্যমৰ আগত এইদৰে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক ‘ভাৰত-ফ্ৰান্স মৈত্ৰীৰ নতুন প্ৰতীক’ বুলি অভিহিত কৰে।
Tags: আমেৰিকা
Share4Tweet3Send

Related Posts

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

by News Desk
June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

by Staff Reporter
June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

by Staff Reporter
June 22, 2026
50
ADVERTISEMENT
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT