ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon I উত্তৰ-পূৰ্বাঞ্চল হৈছে কেঞ্চাৰ ৰোগৰ ৰাজধানী : ডা: অমলচন্দ্ৰ কটকী

জিতেন বৰকটকী: নগাঁও

News Desk by News Desk
March 3, 2023
Reading Time: 1 min read
A A
0
Nagaon I উত্তৰ-পূৰ্বাঞ্চল হৈছে কেঞ্চাৰ ৰোগৰ ৰাজধানী : ডা: অমলচন্দ্ৰ কটকী

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST
দুলাল চন্দ্ৰ গোস্বামী ন্যাস (Dulal Chandra Goswami Trust) আৰু নগাঁও কলেজ (Nagaon College) (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা প্ৰদান’ (Dulal Chandra Goswami Memorial Research Award) অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়।

 ডা: অমলচন্দ্ৰ কটকী
উত্তৰ-পূৰ্বাঞ্চল হৈছে কেঞ্চাৰ ৰোগৰ ৰাজধানী : ডা: অমলচন্দ্ৰ কটকী

আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড: ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু কলেজখনৰ অধ্যক্ষ ড: শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডা: বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক (Cancer Doctors) ডা: অমল চন্দ্ৰ কটকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

ডা: কটকীয়ে ২০২২ বৰ্ষৰ ‘‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’’ নগাঁও কলেজ (অট’নমাচ)-ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড: টিকেন দাসক প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডা: অমল চন্দ্ৰ কটকীয়ে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি লগতে কয় যে ধপাঁত জাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয়।

একেদৰে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয়। ড: কটকীয়ে সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ- পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত চাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ বুলি তথ্য দাঙি ধৰি লগতে কয় যে একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক।

প্ৰসংগক্ৰমে কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসকগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চল কেঞ্চাৰ ৰোগৰ ৰাজধানী বুলিও মন্তব্য কৰে। আনহাতে প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে বিবাহ, কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা, পুৰুষ-মহিলাৰ একাধিক যৌন সংগী, ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ বিষয়ে বিশিষ্ট চিকিৎসক গৰাকীয়ে বক্তব্যত উল্লেখ কৰে।

ডা: কটকীয়ে কম বয়সতে ঋতুস্ৰাৱ, অনিয়মীয়া ঋতুস্ৰাৱ, সন্তানহীনতা, পলমকৈ সন্তান প্ৰসৱ হোৱা, স্তনপান নকৰোৱা, বংশগত স্তন কৰ্কট ৰোগ, মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ বিষয়েও বক্তৃতাত উল্লেখ কৰে।

আনহাতে দ্ৰুত পৰীক্ষা, নিজাভাৱে স্তন পৰীক্ষা, জীৱন শৈলী, খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব বুলি মন্তব্য কৰি এইক্ষেত্ৰত সামূহিক সজাগতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে উল্লেখ কৰি কয় যে ২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ২৪ শতাংশ জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অধিবক্তা আলোক গোস্বামীয়ে নগাঁও কলেজৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড: আফজালুৰ ৰহমানৰ ‘Introduction to Development Psychology’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰেবঁটা প্ৰদান অনুষ্ঠানত পাঁচ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত ড: ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Dulal Chandra Goswami Memorial Research AwardNagaon Collegeদুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটানগাঁও কলেজ
Share5Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d