ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিজেপি চিৰদিনৰ বাবে ক্ষমতাত নাথাকে, কংগ্ৰেছেও বিদায় নলয়! ব্ৰিটেইনত ৰাহুল গান্ধীৰ মন্তব্য

নিউজ ডেস্কঃ

News Desk by News Desk
March 7, 2023
Reading Time: 1 min read
A A
0
বিজেপি চিৰদিনৰ বাবে ক্ষমতাত নাথাকে, কংগ্ৰেছেও বিদায় নলয়! ব্ৰিটেইনত ৰাহুল গান্ধীৰ মন্তব্য

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

বিজেপি (BJP) চিৰদিনৰ বাবে ক্ষমতাত থাকিব আৰু কংগ্ৰেছ (Congress) চিৰদিনৰ বাবে দেশৰ পৰা বিদায় লৈছে বুলি কৰা ধাৰণাটো হাস্যকৰ। সোমবাৰে সন্ধিয়া লণ্ডন (London)ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে। আজিৰ দিনটোত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ ব্যৰ্থতাৰ বিষয়েও ৰাহুলে মুকলিকৈ কয়। সম্প্ৰতি ব্ৰিটেইন ভ্ৰমণত আছে কংগ্ৰেছ নেতাগৰাকী। সেই ভ্ৰমণৰ সময়ত তেওঁ সোমবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

ৰাহুলে কয়, “বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ আগতে কংগ্ৰেছ ১০ বছৰ ক্ষমতাত আছিল। বিজেপিয়ে বিশ্বাস কৰি ভালপায় যে তেওঁলোক চিৰদিনৰ বাবে ক্ষমতাত থাকিব। তেনেকৈ ভবাটো ভুল। আৰু যিসকলে কংগ্ৰেছৰ সময় শেষ বুলি ভাবে তেওঁলোকক মই কʼম যে আপোনালোকৰ ধাৰণাটোও হাস্যকৰ।”

rg2 | ASSAM TIMES POST

ৰাহুলে লগতে কয় যে স্বাধীনতাৰ পৰা বৰ্তমান সময়লৈ চালে বেছিভাগ সময় কংগ্ৰেছেই ক্ষমতাত আছে।

ৰাহুলে লগতে কয় যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰজোঁটে ভাৰতীয় ৰাজনীতিৰ পৰিৱৰ্তিত স্বৰূপৰ ওপৰত গুৰুত্ব আৰোপ কৰাত ব্যৰ্থ হʼল। আৰু সেইবাবেই এই মিত্ৰতাৰ পতন ঘটিছে।
ৰাহুলে কয়, “ইউ পি এ মিত্ৰজোঁটে গাঁৱৰ প্ৰতি অধিক গুৰুত্ব দিছিল যদিও চহৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল।এইটো বাস্তৱ। আৰু সেইবাবেই মানুহে এই মিত্ৰতা মানি লোৱা নাছিল।”

উল্লেখ্য, ব্ৰিটেইন ভ্ৰমণৰ সময়ত চীনক প্ৰশংসা কৰাৰ বাবেই বিদেশী মাটিত ভাৰতক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে ৰাহুলক ‘বিশ্বাসঘাতক’ বুলিও অভিহিত কৰে।

Tags: BJPRahul gandhiবিজেপিৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT