ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

MS Dhoni Angry in IPL match! প্ৰথম মেচত পৰাস্ত হৈ খেলপথাৰতে সতীৰ্থক ধমক ধোনিৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 1, 2023
Reading Time: 1 min read
A A
0
MS Dhoni Angry in IPL match!  প্ৰথম মেচত পৰাস্ত হৈ খেলপথাৰতে সতীৰ্থক ধমক ধোনিৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

২০২৩ বৰ্ষৰ আই পি এলৰ (IpL) প্ৰথমখন মেচত গুজৰাট টাইটানছ (Gujrat Titans) ৰ  হাতত পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে সতীৰ্থসকলক বকাবকি কৰে মহেন্দ্ৰ সিং ধোনীয়ে (Mahendra Singh Dhoni)। চেন্নাই ছুপাৰ কিংছৰ (Chennai Super Kings) অধিনায়কগৰাকীয়ে দলটোৰ ভুলৰ কথা প্ৰকাশ কৰিছে। ধোনিৰ মুখৰ পৰাও শুনা গʼল, কʼত উন্নতিৰ প্ৰয়োজন আছে।

MS Dhoni
MS Dhoni Angry in IPL match

মেচৰ শেষত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি থকাৰ সময়তে ধোনীয়ে বেটছমেনৰ বিষয়টো উত্থাপন কৰে। প্ৰথম ইনিংছত চেন্নাইয়ে ভাল আৰম্ভণি কৰিছিল। ঋতুৰাজ গাইকোৱাডে ভাল খেলিছিল। কিন্তু তেওঁৰ লগত কোনেও সংগ দিব পৰা নাছিল। ফলত ধোনিয়ে ভাবে যে তাৰ বাবেই ৰান কম হয়। তেওঁ কয়, “আমি জানিছিলোঁ পিছত ৰাণৰ বৰষুণ হ’ব। গতিকে বেটছমেনসকলে অলপ বেছি দায়িত্ব লৈ খেলিবলগা আছিল। ঋতুৰাজে খুব ভাল খেলিছিল। কিন্তু বাকীবোৰে সহায় কৰিব নোৱাৰিলে। আমাৰ ১৫-২০ ৰান কম কৰিছিল। সেইখিনিতে আমি হাৰিবলগীয়া হʼল।”

ধোনিয়ে কেৱল বেটছমেনকেই নহয়, দলৰ বলাৰকো দোষাৰোপ কৰে। অতিৰিক্ত ৰাণ দিয়াৰ বাবে তেওঁ বিশেষ সুখী নহয়। ধোনিয়ে কয়, “হাংগাৰগেকেকাৰৰ গতি আছে। কিন্তু তেওঁ এতিয়াও সৰু। বলাৰসকলে বুজিব লাগিব যে অতিৰিক্ত ৰাণ দিয়াটো দলৰ বাবে ক্ষতিকাৰক। ৱাইড-ন’ বলাৰসকলে নিজৰ ধৰি ৰাখিব পৰা ক্ষমতা। যিমান কম সিমানেই ভাল।”

যোৱাবাৰ আই পি এলৰ অন্তিম ৩ খন মেচত পৰাস্ত হৈছিল চেন্নাই। এইবাৰো প্ৰথমখন মেচত পৰাস্ত হয়। অৰ্থাৎ ধোনিয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হʼবলগীয়া হৈছে। আই পি এলত এবাৰো চেন্নাইয়ে গুজৰাট টাইটানছক পৰাস্ত কৰিব নোৱাৰিলে। ৩ এপ্ৰিলত ধোনিৰ পৰৱৰ্তী মেচ। প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। উক্ত মেচত পুনৰ জয়ৰ দিশে ঘূৰি আহিব বিচাৰিব ধোনিয়ে।

Tags: IPL
Share4Tweet3Send

Related Posts

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

by Staff Reporter
June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx