ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ডিব্ৰুগড়ত অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাৰ্তা : মোদীক প্ৰশংসা, ৰাহুল গান্ধীক তীব্ৰ সমালোচনা

বিশেষ প্ৰতিবেদনঃ

News Desk by News Desk
April 11, 2023
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ত অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাৰ্তা : মোদীক প্ৰশংসা, ৰাহুল গান্ধীক তীব্ৰ সমালোচনা

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

ডিব্ৰুগড়ত (Dibrugarh) বিশাল জনসভাত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন তথা প্ৰগতিৰ খতিয়ান (Reports of Progress) দাঙি ধৰিলে। কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি অমিত শ্বাহে জনসাধাৰণক উদ্দেশ্যি কয় যে, “আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসন লাভ কৰিব আৰু ৩০০ ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হ’ব নৰেন্দ্ৰ মোদী।”

নৰেন্দ্ৰ মোদী সুশানৰ ফলত অসমৰ ৭০ শতাংশ স্থানত সশস্ত্ৰ বাহিনী আঁতৰোৱাৰ লগতে বড়োলেণ্ড আৰু কাৰ্বি আংলঙলৈ শান্তি ঘূৰি আহিছে তথা আঠ সশস্ত্ৰ আদিবাসী সংগঠন মূল সুঁতিলৈ ঘূৰি অহা বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিভিন্ন সীমা বিবাদ নিস্পত্তিকৰণ কৰা হৈছে নৰেন্দ্ৰ মোদীৰ ফলতেই বুলি তেখেতে কয়। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ’বলগীয়া বিজেপিৰ উজনিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস কৰি এই জনসভাত উপস্থিত হৈ অমিত শ্বাহে ৰাহুল গান্ধীকো তীব্ৰ কটাক্ষ কৰে। ভাৰত জোৰো আন্দোলনেৰে ৰাহুল গান্ধীয়ে বহুল প্ৰচেষ্টা কৰাৰ পিছতো তেওঁ উত্তৰ-পূবৰ তিনি ৰাজ্যত হোৱা নিৰ্বাচনত বেয়াকৈ ধৰাশায়ী হ’ল বুলি কয় অমিত শ্বাহে।

amit 0 1 | ASSAM TIMES POST

নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এইবাৰ অসমৰ বিহুৱে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়ি তুলিব বুলি কোৱাৰ লগতে তেখেতে বিহুটিক সমগ্ৰ দেশৰ বাবে এক শুভ উৎসৱ বুলি মন্তব্য কৰে। নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছত ৪১ হাজাৰ অধিক লোকক নিযুক্ত দিয়া হৈছে। ধান ক্ৰয় অভিযানত প্ৰতি কুইণ্টল ধানত ১৯৪০ টকাত ক্ৰয় কৰা,৪৪ হাজাৰ কৃষকৰ ধান ক্ৰয় কৰা,২ লাখ হেক্টৰ কৃষিভূমিত পাম অইল উৎপাদনৰ বাবে,প্ৰাকৃতিক খেতিৰ বাবে ২০ হাজাৰ হেক্টৰ কৃষিভূমি চিহ্নিত,১২ লাখ পৰিয়াল দৈনিক ভাট্টা,১২ মেডিকেল কলেজ স্থাপন,১২ মেডিকেল কলেজ স্থাপিত হব। আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিহুৰ দিনতে অসমক এইমচ উপহাৰ দিব।

কংগ্ৰেছ সমালোচনা কৰি অমিত শ্বাহে কয় যে, “পূৰ্ব্বোত্তৰ ৰাজ্যৰ বাবে কংগ্ৰেছৰ সময়ত ৩৬ হাজাৰ কৌটি টকাৰ বাজেত দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৪ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে। ২০১৪ চনৰ পৰা বৰ্তমানলৈ কেৱল আন্ত:গাঠনিৰ নামত ২ লাখ ৬৪ হাজাৰ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱক বিকাশ-প্ৰগতি আৰু উন্নয়নৰে শান্তি প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে।” তেখেতে শেষত অসমৰ মেগা বিহু অনুষ্ঠানক লৈ সকলোকে শুভকামনা জ্ঞাপন কৰে।

Tags: Amit ShahDibrugarhamitঅমিত শ্বাহডিব্ৰুগড়
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx