ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manoj Bajpayee! বিনামূলীয়া সুৰা ডিঙিলৈকে পান কৰি অজ্ঞান হৈ পৰিল মনোজ বাজপেয়ী!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 18, 2023
Reading Time: 1 min read
A A
0
Manoj Bajpayee! বিনামূলীয়া সুৰা ডিঙিলৈকে পান কৰি অজ্ঞান হৈ পৰিল মনোজ বাজপেয়ী!

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

হিন্দী ছবি জগতৰ এজন স্বনামধন্য অভিনেতা মনোজ বাজপেয়ী (Manoj Bajpayee) । ‘গেংছ অব ৱাছেপুৰ’ (Gangs Of Wasseypur) ৰ দৰে ছিৰিজেই হওক বা ‘দা ফেমিলি মেন’ (Family Man) ৰ দৰেই হওক, মনোজে সকলোতে প্ৰতিভাৰ চাপ এৰি গৈছে। সকলো ধৰণৰ চৰিত্ৰৰে দৰ্শকৰ হৃদয় চুই গৈছে। কিন্তু বৰ্তমান আন এক আমোদজনক কাৰণত তেওঁ শিৰোনামত।

Manoj Bajpayee
সুৰা পান কৰি অজ্ঞান হৈ পৰিল মনোজ বাজপেয়ী

মনোজৰ এই আচৰিত কৃতিত্ব শেহতীয়াকৈ প্ৰকাশ পাইছে, এক সাক্ষাৎকাৰত। অভিনেতাজনে নিজেই কৈছিল যে তেওঁ প্ৰথম বিদেশ ভ্ৰমণত কোনো মাৰাত্মক অপৰাধ সংঘটিত কৰা নাছিল! কিন্তু বিমানত তেওঁ ইমানেই মদ খাইছিল যে তেওঁ অজ্ঞান হৈ পৰিছিল।

মনোজৰ ভাষাত, “মই তেতিয়া থিয়েটাৰ কৰিছিলোঁ। বিনিময় কাৰ্যসূচীত পেৰিছলৈ পঠিওৱা হৈছিল। সেইটোৱেই আছিল মোৰ প্ৰথম বিদেশ ভ্ৰমণ। বাটত মদ চুব পৰা নাছিলো কাৰণ মই ভাবিছিলো যে মই তাৰ মূল্য দিব লাগিব। পকেটত টকা নাছিল।”

অৱশ্যে ঘূৰি অহাৰ সময়ত মনোজে এই ভুল নকৰিলে। সেই সময়ত তেওঁ গম পালে যে বিমানত সুৰা পৰিবেশনৰ বাবে কোনো সুকীয়া চাৰ্জ নাই। গতিকে উভতি অহাৰ পথত তেওঁ ইচ্ছামতে সুৰাৰ আদেশ দিলে। তেওঁ কয়, “ঘৰলৈ উভতি আহোঁতে ইমানেই মদ খাইছিলোঁ যে মোৰ চেতনা হেৰাই গৈছিল।”

কিন্তু তেওঁক কেনেকৈ দেশৰ মাটিত নমাই অনা হʼল তাৰ কাহিনী বিতংভাৱে কোৱা হোৱা নাছিল। দলৰ কোনোবাই উদ্ধাৰ কৰে। সেই কাহিনী এতিয়া মানুহৰ মুখত প্ৰচাৰিত হৈছে।

শেষবাৰৰ বাবে তেওঁক শৰ্মিলা ঠাকুৰৰ সৈতে ‘গুলমোহৰ’ ছবিত দেখা গৈছিল। তাতো মনোজৰ অভিনয়ৰ শলাগ লোৱা হৈছিল। ছবিখন ৩ মাৰ্চত অʼটিটিত মুক্তি পাইছিল।

Tags: Manoj Bajpayee
Share4Tweet3Send

Related Posts

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

by News Desk
May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

by Staff Reporter
May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

by Staff Reporter
May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

by News Desk
May 20, 2026
50
ADVERTISEMENT
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT