ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India-China Army I ভাৰত-চীনৰ লাডাখত সেনা নিয়োগক লৈ অচলাৱস্থা অব্যাহত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 24, 2023
Reading Time: 1 min read
A A
0
India-China Army I ভাৰত-চীনৰ লাডাখত সেনা নিয়োগক লৈ অচলাৱস্থা অব্যাহত

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

ভাৰত আৰু চীনৰ (India-China) মাজত ১৮ দফীয়া বৈঠক সমাপ্ত। দেওবাৰে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপৰ চুশুল-মলডোত দুয়োখন দেশৰ সামৰিক প্ৰধানসকল আলোচনাত মিলিত হয়। সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি, ভাৰতৰ হৈ অগ্নিনিৰ্বাপক বাহিনী আৰু ফিউৰি ক’ৰ্পছৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল ৰছিম বালিয়ে (Lt Gen Rashim Bali) এই বৈঠকৰ নেতৃত্ব দিয়ে। সেনা সূত্ৰৰ মতে, পূব লাডাখত সেনা নিয়োগৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে মূলত দুয়োপক্ষই এই বৈঠকত বহিছিল।

Ladakh Army
লাডাখত সেনা নিয়োগক লৈ অচলাৱস্থা অব্যাহত:

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতীয় পক্ষৰ পৰা বাৰে বাৰে বৈঠকত দেপছাং আৰু ডেমচোকৰ বিষয়টো আহিছিল। ইয়াৰ উপৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দুয়োফালে সৈন্য নিয়োগৰ বিষয়টোও আলোচনা কৰা হয়।

শেহতীয়াকৈ চীন চৰকাৰে অৰুণাচল প্ৰদেশৰ কিছু অংশ দাবী কৰি ৰাজ্যখনৰ ১১ খন স্থানৰ নাম সলনি কৰে। একে সময়তে বেইজিঙে মুকলি কৰিছে এখন নতুন মানচিত্ৰ। যʼত সেই ঠাইবোৰ চীনৰ বুলি দাবী কৰা হয়। সূত্ৰ অনুসৰি, দেওবাৰৰ বৈঠকতো সেই বিষয়টো আহিছিল।

পূৰ্বৰ বৈঠকৰ অন্তত দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষ বন্ধ হৈ পৰিছে। সংঘাতৰ পৰা হাত সাৰিবলৈ দুয়োপক্ষই নতুন অৱস্থানলৈ আগবাঢ়ে। অৱশ্যে দীৰ্ঘদিন ধৰি চীনৰ পিএলএ বাহিনীয়ে ভাৰতীয় সৈন্যক টহল দিয়াত বাধা দি আহিছে।ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত শেষবাৰৰ বাবে ভাৰত আৰু চীনৰ মাজত আলোচনা হৈছিল।
Tags: India-China
Share4Tweet3Send

Related Posts

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

by Staff Reporter
July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

by Staff Reporter
July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by News Desk
July 5, 2026
50
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
ADVERTISEMENT
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx