ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘মন কি বাত’ৰ ১০০ খণ্ড পূৰ্তি, মোডীৰ প্ৰশংসাত পঞ্চমুখ আমিৰ খান

নিউজ ডেস্কঃ

News Desk by News Desk
April 26, 2023
Reading Time: 1 min read
A A
0
‘মন কি বাত’ৰ ১০০ খণ্ড পূৰ্তি, মোডীৰ প্ৰশংসাত পঞ্চমুখ আমিৰ খান

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (P.M. Narendra Modi)ৰ প্ৰশংসাত (Praise) পঞ্চমুখ আমিৰ খান (Amir Khan)। বুধবাৰে ৰাজধানীত অনুষ্ঠিত ‘মন কি বাত ১০০ কনক্লেভ’ত (Mann Ki Baat 100 Conclaves) যোগদান কৰে তেওঁ। মোডীৰ এই বিশেষ অনুষ্ঠানৰ ১০০টা খণ্ড। সেই উপলক্ষে দিল্লীৰ বিজ্ঞান ভৱনলৈ ১০০ গৰাকী বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰা হৈছিল। তাত মোডীৰ প্ৰশংসা কৰে মিষ্টাৰ পাৰফেক্সনিষ্টে। তেওঁৰ মতে, এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে নতুন ইতিহাস ৰচনা কৰে।

বুধবাৰে কনক্লেভ আৰম্ভ হোৱাৰ পূৰ্বে বিজ্ঞান ভৱনত আমিৰক দেখা গৈছিল। অভিনেতাজনে পিন্ধিছিল কʼলা শ্বাৰ্ট। সেই সময়ত তেওঁ সংবাদ মাধ্যমৰ সন্মুখীন হৈছিল।

pm1 1 | ASSAM TIMES POST

‘মন কি বাত’ মুকলি কৰাৰ বাবে মোডীক ভূয়সী প্ৰশংসা কৰে। তেওঁৰ দাবী, ‘মন কি বাত’ৰ বাবে ভাৰতীয়ৰ ওপৰত বিপুল প্ৰভাৱ পৰিছে। এই অনুষ্ঠানত আমিৰৰ সৈতে অভিনেত্ৰী ৰবীনা টেণ্ডনো উপস্থিত আছিল। শেহতীয়াকৈ তেওঁ ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্ৰী’ বঁটা লাভ কৰিছে। এই বিশেষ সভাত উপস্থিত থাকিবলৈ তেওঁকো আমন্ত্ৰণ জনোৱা হৈছে।

২০১৪ চন। কেন্দ্ৰত বিজেপিৰ ক্ষমতা। সেই বছৰৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ কাৰ্যসূচী আৰম্ভ কৰে। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ভাষণত প্ৰায় ৭০০ বিশিষ্ট ব্যক্তিৰ নাম উল্লেখ কৰিছে। ইয়াৰে ১০০ জনেই বুধবাৰে উদযাপনত যোগদান কৰে। এই অনুষ্ঠানত কলা, সংস্কৃতি, ব্যৱসায়, ক্ৰীড়া, সমাজসেৱা, স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিত্বক সম্বৰ্ধনা জনোৱা হয়।

Tags: 'মন কি বাত'Mann Ki Baat 100modi
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

by Staff Reporter
June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT