ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

100 Episode Mann Ki Baat I মোডীৰ ‘মন কি বাত’ৰ ১০০ খণ্ড একেলগে ১১টা বিদেশী ভাষাত সম্প্ৰচাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 30, 2023
Reading Time: 1 min read
A A
0
100 Episode Mann Ki Baat I মোডীৰ ‘মন কি বাত’ৰ ১০০ খণ্ড একেলগে ১১টা বিদেশী ভাষাত সম্প্ৰচাৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। তাৰ পিছত কেইবা বছৰ পাৰ হৈ গʼল। প্ৰতি মাহৰ শেষৰ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ ‘মন কি বাত’ (Mann Ki Baat) কাৰ্যসূচীয়ে ৩০ এপ্ৰিলত ১০০ সংখ্যক খণ্ডত (100 Episode)প্ৰৱেশ কৰে। খোদ প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তক ঐতিহাসিক আখ্যা দিয়ে। সমাজখনক অনুপ্ৰাণিত কৰা সেইসকল লোকৰ সৈতে কথা পাতিলোঁ। প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ৰ দৰ্শকৰ হৈ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

 ‘মন কি বাত’
মোডীৰ ‘মন কি বাত’ৰ ১০০ খণ্ড:

শততম খণ্ড উপলক্ষে কেইবাটাও চমক ঘটিছিল। প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ’ সম্প্ৰচাৰ ‘স্থানীয়’ৰ পৰা ‘গোলকীয়’লৈ গতি কৰিছে। এতিয়ালৈকে ‘মন কি বাত’ ২২টা ভাৰতীয় ভাষাত সম্প্ৰচাৰ হৈ আছিল। ৫০০ৰো অধিক ৰেডিঅ’ ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে দেওবাৰে সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে মোডীৰ মনৰ কথা শুনে। খবৰ অনুসৰি, দেওবাৰে ‘মন কি বাত’ ১১টা বিদেশী ভাষাত (11 foreign languages)— ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বেলুচি, আৰবী, পাষ্টো, পাৰ্চী, দাৰী আৰু শ্বাহিলী ভাষাত টেলিকাষ্ট কৰা হয়।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছে ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড। একে সময়তে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালসকলে দূৰদৰ্শনৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া কাৰ্যসূচী শুনিছিল। ইয়াৰ উপৰি দেশৰ অসংখ্য স্থানত বিজেপিয়ে ‘মন কি বাত’ৰ আয়োজন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীসকলেও টিভি আৰু ৰেডিঅ’ শুনি থকা দেখা যায়। মুঠতে শততম খণ্ডত ‘মন কি বাত’ সঁচা অৰ্থত গ্লোবেল হৈ গৈছে।

এশতম খণ্ডত মোদীয়ে কয়- “স্বচ্ছ ভাৰত’ হওক বা ‘আজাদি কা অমৃত মহোৎসৱ’, ‘মন কি বাত’ত যিবোৰ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল, সেইবোৰ সকলো বিষয়েই পাছলৈ ৰাজহুৱা আন্দোলনৰ ৰূপ লৈছে।” লগতে ১০০ নং খণ্ডত প্ৰধানমন্ত্ৰী কয়, “মন কি বাত’ কাৰ্যসূচী দেশৰ লাখ লাখ মানুহৰ চৰ্চালৈ পৰিণত হৈছে।”

উল্লেখযোগ্য যে ১০০ সংখ্যক খণ্ডৰ ঠিক আগতে আই আই এম ৰোহতকে ‘মন কি বাত’ৰ ওপৰত এক দীঘলীয়া অধ্যয়ন প্ৰকাশ কৰিছিল। প্রধানমন্ত্রী মোডীৰ এই কার্যসূচী এতিয়ালৈকে দেশৰ ১ বিলিয়ন শ্ৰোতাই শুনা বুলি পোহৰলৈ আহিছে৷ আৰু প্ৰতিমাহে কমেও ২৩ কোটি লোকে নিয়মিতভাৱে প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ ভাষণ শুনি থাকে। এই অনুষ্ঠানক লৈ দেশৰ ৯৬ শতাংশ জনসাধাৰণৰ উচিত ধাৰণা আছে।

Tags: 'মন কি বাত'11 foreign languagesMann Ki Baat১১টা বিদেশী ভাষা
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT