‘হয় কাশ্মীৰ এৰা, নহ’লে মৃত্যু সাৱটি লোৱা!’ এইবাৰ কাশ্মীৰী পণ্ডিতক ভাবুকিৰে মুকলি পত্ৰ সন্ত্ৰাসবাদীৰ
কাশ্মীৰৰ হিন্দু পণ্ডিতসকলক অবিলম্বে কাশ্মীৰ এৰাৰ নির্দেশ দিলে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-ইছলামে। পত্ৰ দি কাশ্মীৰৰ পণ্ডিত সম্প্রদায়ক তেওঁলোকে জনাইছে, ‘হয় কাশ্মীৰ ...







