“Gunfire in Australia : অষ্ট্ৰেলিয়াৰ ছিডনীত ভয়ংকৰ ঘটনা,গুলীচালনাত ১০জনৰ মৃত্যু
ছিডনীৰ বন্দি বীচ্চত দুই সন্ত্রাসবাদীৰ গুলীবর্ষণ।নিৰীহ জনতাৰ ওপৰত দুই সন্ত্রাসবাদীৰ নিৰ্বিচাৰ গুলীবর্ষণ।নিৰীহৰ ওপৰত ৫০ৰাউণ্ড গুলীবর্ষণ দুই সন্ত্রাসবাদীৰ। সন্ত্রাসবাদীৰ গুলীত নিহত ...







