
ছিডনীৰ বন্দি বীচ্চত দুই সন্ত্রাসবাদীৰ গুলীবর্ষণ।নিৰীহ জনতাৰ ওপৰত দুই সন্ত্রাসবাদীৰ নিৰ্বিচাৰ গুলীবর্ষণ।নিৰীহৰ ওপৰত ৫০ৰাউণ্ড গুলীবর্ষণ দুই সন্ত্রাসবাদীৰ। সন্ত্রাসবাদীৰ গুলীত নিহত ১০জন লোক।আন কেইবাজনো লোক গুৰুতৰভাৱে আহত।

ঘটনাৰ সময়ত বন্দি বীচ্চত আছিল সহস্রাধিক লোক।সন্ত্রাসবাদীৰ বিৰুদ্ধে তৎপৰতাৰে অভিযান আৰক্ষীৰ।আৰক্ষীৰ গুলীত এটা সন্ত্রাসবাদীৰ মৃত্যু, আনটোক আটক।অষ্ট্ৰেলিয়াৰ সময় অনুসৰি সন্ধিয়া ৭.৪৭ বজাত এই ঘটনা।











