Himachal Pradesh flood I চণ্ডীগড়-মানালী ঘাইপথ উটুৱাই নিলে বিপাশা নদীয়ে, তিনিদিন ধৰি হিমাচলত আবদ্ধ শ শ বাহন-যাত্ৰী
হিমাচল প্ৰদেশত (Himachal Pradesh Flood) দুৰ্যোগ কমাৰ যেন কোনো লক্ষণে নাই। ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানে বিভিন্ন স্থানত ভূমিস্খলনৰ সৃষ্টি ...







