Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব
ছয়দিনীয়া বিদেশ ভ্ৰমণৰ পঞ্চম আৰু অন্তিম গন্তব্যস্থানত ইউৰোপীয় দেশ ইটালীত অভূতপূৰ্ব আদৰণি লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi Italy Visit) ...







