স্বাধীনতাৰ অমৃত কালত কাৰ্বি আংলঙে শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ দিশে আগবাঢ়িছে : মোদী
এদিনীয়া ভ্ৰমণসূচীৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈছে। প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পোনতে কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয় প্ৰধানমন্ত্ৰী৷ ...







