গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ পৰিকল্পনাৰ বিৰোধিতা, ১,১৬৪গৰাকী অধিবক্তাই পদক্ষেপৰ বিৰুদ্ধে কৰিলে ভোটদান
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে শুকুৰবাৰে উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ ওপৰত এক গণভোট অনুষ্ঠিত কৰে৷ ইয়াত বিপুল সংখ্যক ...









