গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মীৰাটত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত এই আঁচনিৰ ...







