India unemployment । সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ হ্ৰাস পালেও দেশত মহিলা নিবনুৱাৰ হাৰ বৃদ্ধি, চৰকাৰী প্ৰতিবেদনত উদ্বেগ
ভাৰতত বিগত এমাহত সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ (Unemployment) কিছু হ্ৰাস পাইছে। কিন্তু দেশৰ চাকৰিৰ বজাৰত মহিলাসকল, বিশেষকৈ যুৱতীসকলৰ বাবে অংশগ্ৰহণৰ সুযোগ ...







