Parliament’s Monsoon Session | সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ ইছ্যু মণিপুৰ, প্ৰধানমন্ত্ৰীয়ে মুখ খোলাৰ দাবী
আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন (Parliament's Monsoon Session)। অধিবেশনৰ প্ৰথমদিনাৰ পৰাই মণিপুৰৰ অশান্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিক্ৰিয়া ...







