Bokakhat I সম্ভাব্য বানপানী প্ৰস্তুতি সন্দৰ্ভত বোকাখাত মহকুমাধিপতিৰ আলোচনা সভা
সম্ভাব্য বানপানীৰ সন্দৰ্ভত বোকাখাত (Bokakhat) উপায়ুক্ত কাৰ্য্যালয়ৰ (Deputy Commissioner's Office) সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মহকুমাধিপতি ডাঃ নেহা ...







