ভীম বাহাদুৰ লামাক কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মনোনীত সদস্য হিচাপে নিযুক্তিৰ দাবী গোৰ্খা জনজাতীয় সংগঠনৰ:
ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদলৈ কাৰ্বি আংলং জিলাৰ গোৰ্খা সম্প্ৰদায়সকলক প্ৰতিনিধিত্ব কৰিবলৈ ভীম বাহাদুৰ লামা ওৰফে ৰঞ্জিত লামাক মনোনীত সদস্য ...







