Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেট বৈঠক (Central Cabinet)। ইয়াত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আলোচনাৰ বিষয় হ’ব বিভাগসমূহৰ কাৰ্য পৰ্যালোচনা, ...







