গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত মোদীৰ ক্লিনচিট বাহাল, গোচৰ খাৰিজ ছুপ্রিম কোৰ্টৰ:
গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত আগতেই ক্লিনচিট পাইছিল প্রধানমন্ত্রী মোদীয়ে। গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রীক দিয়া হৈছিল ক্লিনচিট। সেই ক্লিনচিটেই জাৰি ৰাখিলে ছুপ্রিম ...







