Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
তেলেংগানাস্থিত ষ্টাৰ্টআপ দীপা ডিফেন্সৰ দ্বাৰা নিৰ্মিত অটোমেটিক ৰাইফল ‘উগ্ৰম’ কাৰ্যক্ষম পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা (ডিফেন্স ৰিছাৰ্চ ...







