Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ
শুকুৰবাৰে সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গক (Zubeen Garg) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ইয়াৰ বাবে তেওঁ এদিনীয়া কাৰ্যসূচীৰে দুপৰীয়া ...







