ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

Staff Reporter by Staff Reporter
April 28, 2026
Reading Time: 2 mins read
A A
0
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (HS Result) অধীনত অনুষ্ঠিত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হয়।

HS results 2026 I
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক:

কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী এই চাৰিওটা শাখাত এইবাৰ মুঠ ৩,২২,৭২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু মুঠ ২,৬৩,২৫৫ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰে ভিতৰত ১,১৭,৭৩১ গৰাকী ছাত্ৰ আৰু ১,৪৫,৪২৪ গৰাকী ছাত্ৰী উত্তীৰ্ণ হয়। সামগ্ৰিক উত্তীৰ্ণৰ হাৰ হৈছে ৮১.৫৪ শতাংশ।

কলা শাখা

কলা শাখাত অৱতীৰ্ণ মুঠ ২,৪১,১২৪ গৰাকী পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হয় ১৯১,৭৮৯ গৰাকী৷

উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা : ৭৫,৭৯০ গৰাকী

উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা : ১১৬,০০৮ গৰাকী

উত্তীৰ্ণৰ হাৰ : ৭৯.৫৪ শতাংশ

প্ৰথম বিভাগত উত্তীৰ্ণ : ৫৪,৭৫৫ গৰাকী (ছাত্ৰ ১৭,১৫০, ছাত্ৰী ৩৭,৬০৫)

দ্বিতীয় বিভাগত উত্তীৰ্ণ : ৭৯, ১৮১ গৰাকী (ছাত্ৰ ৩৩,১১২, ছাত্ৰী ৪৬,০৬৯)

তৃতীয় বিভাগত উত্তীৰ্ণ : ৫৭,৮৬২ গৰাকী (ছাত্ৰ ২৫,৫২৮, ছাত্ৰী ৩২,৩৩৪)

বাণিজ্য শাখা

বাণিজ্য শাখাত অৱতীৰ্ণ মুঠ ১৯,৪৬৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ১৫,৭৯৬ গৰাকী।

উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা : ১০,৮৮১ গৰাকী

উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা : ৪,৯১৫ গৰাকী

উত্তীৰ্ণৰ হাৰ : ৮১.১৩ শতাংশ

প্ৰথম বিভাগত উত্তীৰ্ণ : ৭,৭৯৭ গৰাকী (ছাত্ৰ ৫,০২৭, ছাত্ৰী ২,৭৬০)

দ্বিতীয় বিভাগত উত্তীৰ্ণ : ৫,৬৯৪ গৰাকী (ছাত্ৰ ৪,১২৯, ছাত্ৰী ১,৫৬৫)

তৃতীয় বিভাগত উত্তীৰ্ণ : ২৩১৫ গৰাকী (ছাত্ৰ ১,৭২৫, ছাত্ৰী ৫৯০)

বিজ্ঞান শাখা

বিজ্ঞান শাখাত অৱতীৰ্ণ মুঠ ৬০,৬৬৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ৫৪,৪৭৪ গৰাকী।

উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা : ৩০,৪৩৫ গৰাকী

উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা : ২৪,০৩৯ গৰাকী

উত্তীৰ্ণৰ হাৰ : ৮৯.৭৯ শতাংশ

প্ৰথম বিভাগত উত্তীৰ্ণ : ৩৪,০৭৯ গৰাকী (ছাত্ৰ ১৭,৮১৮, ছাত্ৰী ১৬,২৬১)

দ্বিতীয় বিভাগত উত্তীৰ্ণ : ১৭,৭৭৭ গৰাকী (ছাত্ৰ ১০,৭৮৯, ছাত্ৰী ৬,৯৮৮)

তৃতীয় বিভাগত উত্তীৰ্ণ : ২,৬১৮ গৰাকী (ছাত্ৰ ১,৮২৮, ছাত্ৰী ৭৯০)

বৃত্তিমুখী শিক্ষা

বৃত্তিমুখী শাখাত অৱতীৰ্ণ মুঠ ১,৪৬৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ১,০৮৭ গৰাকী।

উত্তীৰ্ণ ছাত্ৰৰ সংখ্যা : ৬২৫ গৰাকী

উত্তীৰ্ণ ছাত্ৰীৰ সংখ্যা : ৪৬২

উত্তীৰ্ণৰ হাৰ : ৭৪.১৯ শতাংশ

প্ৰথম বিভাগত উত্তীৰ্ণ : ৯২ গৰাকী (ছাত্ৰ ৩৫, ছাত্ৰী ৫৭)

দ্বিতীয় বিভাগত উত্তীৰ্ণ : ৭০১ গৰাকী (ছাত্ৰ ৪১৯, ছাত্ৰী ২৮২)

তৃতীয় বিভাগত উত্তীৰ্ণ : ২৯৪ গৰাকী (ছাত্ৰ ১৭১, ছাত্ৰী ১২৩)

ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ অনুপাত

মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী : ৩,২২,৭২৫ গৰাকী

ছাত্ৰৰ সংখ্যা : ১,৪৮,১৬৯

ছাত্ৰীৰ সংখ্যা : ১,৭৪,৫৫৫

তৃতীয় লিংগৰ : ১

মুঠ উত্তীৰ্ণ : ২,৬৩,২৫৫ গৰাকী

ছাত্ৰৰ সংখ্যা : ১,১৭,৭৩১

ছাত্ৰীৰ সংখ্যা : ১,৪৫,৪২৪

মুঠ উত্তীৰ্ণৰ হাৰ : ৮১.৫৪ শতাংশ

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ : ৭৯.৪৬ শতাংশ

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ : ৮৩.৩১ শতাংশ

কলা শাখাত

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ : ৭৬.১০ শতাংশ

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ : ৮১.৯৬ শতাংশ

বাণিজ্য শাখাত

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ : ৮০.৪৫ শতাংশ

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ : ৮২.৬৭ শতাংশ

বিজ্ঞান শাখাত

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ : ৮৯.০০ শতাংশ

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ : ৯০.৮০ শতাংশ

বৃত্তিমুখী শাখাত

ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ : ৭২.৪২ শতাংশ

ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ : ৭৬.৭৪ শতাংশ

জিলাভিত্তিক উত্তীৰ্ণৰ হাৰ

কলা শাখা

বাক্সা : ৯৪.২৯ শতাংশ

দৰং : ৯২.৯৯ শতাংশ

লখিমপুৰ : ৯০.৩৫ শতাংশ

সৰ্বনিম্ন ফলাফল কাছাৰ : ৫৯.৮৩ শতাংশ

বাণিজ্য শাখা

মাজুলী আৰু দক্ষিণ শালমৰা-মানকাচৰ : ১০০ শতাংশ

তামুলপুৰ : ৯৮.৯৫ শতাংশ

বজালী : ৯৬.৪৬ শতাংশ

সৰ্বনিম্ন ফলাফল ধুবুৰী : ৬৮.২৩ শতাংশ

বিজ্ঞান শাখা

পশ্চিম কাৰ্বি আংলং : ৯৮.৩৯ শতাংশ

তামুলপুৰ : ৯৮.৩৬ শতাংশ

বাক্সা : ৯৭. ৯৬ শতাংশ

সৰ্বনিম্ন ফলাফল ধেমাজি : ৭০.০৩ শতাংশ

বৃত্তিমুখী শিক্ষা

বিশ্বনাথ, মাজুলী আৰু শিৱসাগৰ : ১০০ শতাংশ

দৰং জিলা : ৯৭.৮৫ শতাংশ

বৰপেটা : ৯৬.১৫ শতাংশ

সৰ্বনিম্ন ফলাফল শ্ৰীভূমি : ৯.০৯ শতাংশ

Tags: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলপৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক
Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx