ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই কৰিলে আত্মহত্যাঃ আটক গগৈ দম্পতীক
এগৰাকী মহিলাৰ দ্বাৰা ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ শিখা শইকীয়া নামৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।বিগত ...







