Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী
অৱশেষত নীট প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ককৰোচ জনতা পাৰ্টীৰ ধৰ্ণা (CJP Protest) সন্দৰ্ভত মুকলি বক্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ...







