JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ
কুলগামত চিআৰপিএফ শিবিৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী তিনিজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। সন্ত্ৰাসবাদীয়ে কোন পথেৰে পলায়ন কৰিছিল সেই পথটো ...







