Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তিৰ সময়তেই ভাৰতত উপস্থিত (Indian Army) হ’বলৈ ওলাইছে ৰাছিয়াত নিৰ্মিত চতুৰ্থ ‘S-400’ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা। মে’ মাহৰ মাজভাগৰ ...







