পশ্চিম কাৰ্বি আংলংত প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে বকলীয়াঘাটত বিভিন্ন দল- সংগঠনৰ বৃহৎ সমদল
ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু যোৱা 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে দুয়োখন ...







