ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পশ্চিম কাৰ্বি আংলংত প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে বকলীয়াঘাটত বিভিন্ন দল- সংগঠনৰ  বৃহৎ সমদল

সান্ধ্য আইন কবলত কাৰ্বি আংলঙত দ্বিতীয় দিনাও বন্ধ সদৃশ পৰিৱেশ

ASSAM TIMES POST by ASSAM TIMES POST
February 17, 2024
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বি আংলংত প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে  বকলীয়াঘাটত বিভিন্ন দল- সংগঠনৰ  বৃহৎ সমদল

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

ষ্টাফ ৰিপ’ৰ্টাৰ: ডিফু

যোৱা 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে দুয়োখন পাহাৰীয়া জিলাত। কোনো দল-সংগঠনে বন্ধৰ আহ্বান জনোৱা নাই যদিও কালিৰে পৰা 144 ধাৰা জাৰি হৈ থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অব্যাহত থাকে বন্ধসদৃশ পৰিৱেশ। ক্ৰমাগত দ্বিতীয় দিনৰ বাবে আজি জিলা দুখনৰ হাট-বজাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয়।

পশ্চিম কাৰ্বি আংলংত প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে  বকলীয়াঘাটত বিভিন্ন দল- সংগঠনৰ  বৃহৎ সমদল
পশ্চিম কাৰ্বি আংলংত প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে বকলীয়াঘাটত বিভিন্ন দল- সংগঠনৰ  বৃহৎ সমদল

জিলাখনত অৱশ্যে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই যদিও আজি বকলীয়াঘাটত হাজাৰোধিক লোকে সমদল কৰি খেৰণিত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আজি দুপৰীয়াৰ ভাগত বকলীয়াঘাট নগৰৰ মাজেৰে উলিওৱা এই বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰী সকলে ʼকাৰ্বি আংলঙত দাদাগিৰি নচলিবʼ, ʼউই ৱান্ট জাষ্টিচ ʼ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

71181a15 c4d0 479c 897d 70058007d08c | ASSAM TIMES POSTআনহাতে, ডিফুত আজি এএছডিচি য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰি খেৰণিত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুণ্ডাবাহিনীয়ে নৃশংস আক্ৰমণ চলোৱা বুলি দাবী কৰি ঘটনাৰ সবিশেষ ব্যাখ্যা কৰে। সংগঠনকেইটাই লগতে জিলাখনৰ বিভিন্ন স্থানত থকা  পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও দাবী জনায়।

Tags: 144 ধাৰা কাৰ্বি আংলংঅসাম সামাজিক ঘটনাউই ৱান্ট জাষ্টিচএএছডিচি য়ুথ ফ্ৰন্টকাৰ্বি আংলং ঘটনা প্ৰতিক্ৰিয়াকাৰ্বি আংলং জিলা ঘটনাকাৰ্বি আংলঙত দাদাগিৰি নচলিবকাৰ্বি ছাত্ৰ সন্থাখেৰণি শান্তিপূৰ্ণ প্ৰতিবাদখেৰণি সমদল প্ৰতিবাদখেৰণি হিংসাত্মক ঘটনানৃশংস আক্ৰমণ খেৰণিপশ্চিম কাৰ্বি আংলং অশান্তিপিজিআৰ-ভিজিআৰ ভূমি বেদখলপ্ৰতিবাদী স্লোগান কাৰ্বি আংলং.বকলীয়াঘাট প্ৰতিবাদবন্ধ প্ৰভাব কাৰ্বি আংলং
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx