ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

BreakingI পশ্চিম কাৰ্বি আংলংঙৰ খেৰণীত চাৰিআলিত কেএছএ (ছেমছন) গোটৰ সাত জনকৈ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 15, 2024
Reading Time: 1 min read
A A
0
BreakingI পশ্চিম কাৰ্বি আংলংঙৰ খেৰণীত চাৰিআলিত কেএছএ (ছেমছন) গোটৰ সাত জনকৈ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

পশ্চিম কাৰবি আংলং জিলাৰ খেৰণিত কেএছএ (ছেমছন) গোটৰ সাতজনকৈ সদস্যৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত সমগ্ৰ কাৰবি আংলং জিলাত (Karbi Anglong) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Breaking News
কেএছএ (ছেমছন) গোটৰ সাত জনকৈ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ:

প্ৰাপ্ত খবৰ অনুসৰি কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ছেমছন) গোটে আজি পশ্চিম কাৰবি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত অবৈধ বেদখলৰ বিৰুদ্ধে জেংখা আৰু ডংকামোকাম ৰাজহ বিভাগৰ কাৰ্যালয় প্ৰাঙ্গনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

খেৰণি আৰু হাৱাইপুৰৰ পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত চলিছিল ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণা সমাপ্ত কৰি কেএছএৰ এটা দল জীপছীৰে ডিফু অভিমুখে আহি থকা অৱস্থা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই কেএছএৰ সাত গৰাকীকৈ সদস্যক গুৰুতৰ ভাবে জখম কৰে বুলি জানিব পৰা গৈছে ৷

আহত সদস্য কেইগৰাকীক তৎক্ষণাৎ খেৰণিস্থিত চিকিৎসাৰ বাবে খেৰণি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কেএছএৰ দলটোক আক্ৰমণ কৰা ঘটনাকলৈ খেৰণি চাৰি আলিত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত চিআৰপিএফৰ দল আৰু আৰক্ষীৰ লোক উপস্থুত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চাৰিআলিত কেএছএ (ছেমছন) গোটৰ সাত জনকৈপশ্চিম কাৰ্বি আংলংঙৰ খেৰণীতসদস্যক আক্ৰমণ দুৰ্বৃত্তৰ
Share6Tweet4Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d