DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
শপত গ্ৰহণৰ দুদিন পিছতে কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰীসভা (Karnataka Congress Cabinet)ত অশান্তিৰ লক্ষণ (Signs of unrest) দেখা গৈছে। ইতিমধ্যে এজন মন্ত্ৰীয়ে ...







