Permission to sell alcohol : মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
মুছলমান সংখ্যাগৰিষ্ঠ (Muslim majority) কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপত অনুজ্ঞাপত্ৰপ্ৰাপ্ত (Permission letter in Lakshadweep) দোকানৰ জৰিয়তে সুৰা বিক্ৰী কৰাৰ অনুমতি (Permission ...







