PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
চাৰিখন ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে মুখথেকেচা খাবলগীয়া হয়। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু কৰ্ণাটকৰ ২৮ খন আসনত বিধায়িনী পৰিষদৰ ...







