Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে গোচৰৰ (Supreme Court) এটা শুনানিত কয় যে নাবালিকাক গৰ্ভপাত (Abortion of a minor girl) নকৰাবলৈ বাধ্য কৰাব ...







