![]()
আজি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ৰ মাজত অন্যতম হৈছে এইটো। পদপথত কোনো ব্যক্তিৰ জীৱিকা স্থলী এই দোকানখনত নিজেই ৰুটি বনালে কণ্ঠশিল্পী দীপলিনা ডেকাই (Deeplina Deka)।
https://fb.watch/ky5G7cd0o9/?mibextid=Nif5oz
দীপলিনা ডেকা বুলিলেই উৎসাহিত অনুৰাগীৰ মাজত ভিডিঅ’টোৱে যথেষ্ট সমাদৰ বুটলিলে। নিজৰ কণ্ঠ আৰু গীতসমূহেৰেই নহয়, দীপলিনা ডেকাই নিজৰ ব্যক্তিত্বৰেও জনসাধাৰণক আকৰ্ষণ কৰি আহিছে। বিভিন্ন সময়ত কণ্ঠশিল্পী গৰাকীয়ে দেখুওৱা মহানুভৱতাই সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

তেখেতৰ এই ব্যক্তিত্ব এনেদৰে অব্যাহত থাকক অনাগত দিনলৈ, আমাৰ তৰফৰ পৰা তাকে কামনা কৰিছোঁ।













