ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
September 23, 2026
Reading Time: 1 min read
A A
0
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

RELATED POSTS

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

New Logo Smal 1 | ASSAM TIMES POST

নগাওঁৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি। কাৰণ মানুহে নৰেন্দ্ৰ মোডীক ভাল পায়। সমগ্ৰ বিশ্বই ভাল পায় নৰেন্দ্ৰ মোডীক। হিমন্ত বিশ্ব শৰ্মাইও তেনেকুৱাই। “বিজেপিয়ে প্ৰতিটো জাতি আৰু সম্প্ৰদায়ৰ সৈতে উন্নয়নৰ পথ বাছি লৈছে, গতিকে মুছলমান ভোটো বিজেপিৰ সপক্ষে আহিব।” আজি ডিফুত এক যোগদান কাৰ্যসূচীত উপস্থিত থকা কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙে এই মন্তব্য কৰে। সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি তেওঁ অৱগত কৰে যে তেওঁ নিজেও ২৫ ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত যোগদান কৰিব।

আজিৰ যোগদান কাৰ্যসূচীৰ সন্দৰ্ভত মুখ্য কাৰ্যবাহী ৰংহাঙে কয় যে যোৱা লোকসভা নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনলৈকে বিৰোধী দলৰ বিশেষকৈ এপি এইচ এল চি আৰু কংগ্ৰেছৰ ১ লাখ ৩৯ হাজাৰ সদস্য আৰু সমৰ্থকে বিজেপি দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচী এতিয়াও অব্যাহত আছে।

diphu 1 | ASSAM TIMES POST
নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

মুখ্যমন্ত্রীৰ সকলোকে লগত লৈ উন্নয়নৰ পথত আগুৱাই যোৱা নীতি আৰু নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পূৰণৰ প্রক্রিয়াৰ বাবেহে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি উদাহৰণ হিচাপে তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে আমি ২৪৪ (ক) অনুচ্ছেদৰ অধীনত সংসদত স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টো উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ।

ইতিমধ্যে সাংসদ অমৰ সিং তিছ’ই সংসদত এই বিষয়টো উত্থাপন কৰিছে। আমি বিধানসভাতো বিষয়টো উত্থাপন কৰিছো। বিৰোধী দলৰ পৰা আমাৰ প্ৰতি আকৰ্ষিত হৈছে এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে, আমাৰ দায়বদ্ধতাৰ বাবে। কালি মুখ্যমন্ত্রীৰ উপস্থিতিত ১৫৬১ জন লোকে বিজেপিত যোগদান কৰাৰ পাছত আজি সৰুপথাৰ, হামৰেণ আৰু দুৱাৰ বাগৰিৰ ১২০০ৰো অধিক লোকে বিজেপিত যোগদান কৰিছে। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বোকাজান পরিষদীয় সমষ্টিত ৩০ হাজাৰ এ পি এইচ এল চি-কংগ্ৰেছৰ সদস্য-সমৰ্থকে বিজেপিত যোগদান কৰিব বুলিও দাবী কৰে মুখ্য কার্যবাহী ৰংহাঙে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

by News Desk
September 23, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

by News Desk
September 22, 2026
54
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

by News Desk
September 21, 2026
62
Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ
DIPHU

Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ

by News Desk
September 18, 2026
61
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

by News Desk
September 16, 2026
62
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

by News Desk
September 14, 2026
55
ADVERTISEMENT
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d