ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

আজিৰ দিনটোৰ মায়ানগৰীৰ গৰম খবৰ কি? জানিবলৈ চাওক এই প্ৰতিবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
May 27, 2023
Reading Time: 1 min read
A A
0
আজিৰ দিনটোৰ মায়ানগৰীৰ গৰম খবৰ কি? জানিবলৈ চাওক এই প্ৰতিবেদন

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ছলমান খানৰ দেহৰক্ষী (Salman Khan’s bodyguard)য়ে ঠেলি দিলে ভিকি কৌশল (Vicky Kashal)ক। গতিকে ছচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি হয়। ছলমান অহংকাৰী, অভদ্ৰ- নেটিজেনে মাত মাতিলে। কিন্তু এদিনৰ ভিতৰতে সকলো সলনি হৈ গʼল। আইফা (IIFA), ২০২৩ৰ মঞ্চত ভাইজানে ভিকিক বুকুৰ মাজলৈ টানি লৈ যায় আৰু সাৱটি ধৰে কেটৰিনাৰ স্বামীক! উক্ত ছবি প্ৰকাশৰ লগে লগে শান্ত হয় সমালোচকসকল।

mala | ASSAM TIMES POST

বিক্ৰীৰ বাবে মালা সিনহাৰ বাংলো

মালা সিনহাৰ বাংলো বিক্ৰী (Mala Sinha’s bungalow sold) হ’ল। বৰ্তমান তেওঁক মুম্বাইৰ বান্দ্ৰাৰ এটা ফ্লেটলৈ স্থানান্তৰ কৰা হৈছে। তেওঁৰ বাংলোটো নিৰ্মাতা বৰুণ কোথাৰীয়ে ক্ৰয় কৰে। খবৰ অনুযায়ী, অভিনেত্ৰীগৰাকীৰ মাটিত নিৰ্মাণ হʼব পালামেৰা নামৰ ২২ মহলীয়া বিলাসী এপাৰ্টমেণ্ট। নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা তিনি-চাৰি বছৰত বহুমহলীয়া অট্টালিকাটো সাজু হৈ উঠিব। অট্টালিকাটোত দুটা মহলা পাব মালা সিনহাৰ পৰিয়ালে।

ছলমানৰ ভনীজোঁৱাইলৈ আদালতৰ জাননী

২০২৩ চনৰ ‘ৰুছলান’ ২০০৯ চনৰ এখন ছবিৰ হুবহু নকল। সমাজকৰ্মী জগদীশ শৰ্মা আৰু অভিনেতা ৰাজবীৰ শৰ্মাই আদালতক অৱগত কৰি ছবিখনৰ মুক্তি স্থগিত ৰখাৰ বাবে আবেদন জনাইছে। ২০০৯ চনত জগদীশৰ প্ৰযোজনাৰ ছবিখনত ৰাজবীৰে অভিনয় কৰিছিল। দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে তেওঁলোকৰ এই আবেদন মানি লয়। ইয়াৰ পৰিৱৰ্তে ছলমান খানৰ ভনীজোঁৱায়েক অভিনেতা আয়ুষ শৰ্মা (Actor Ayush Sharma), প্ৰযোজক কে কে ৰাধামোহন আৰু দক্ষিণ ভাৰতীয় অভিনেতা জগপতি বাবুলৈ জাননী প্ৰেৰণ কৰা হৈছে। পাটিয়ালা হাউছ কোৰ্টৰ অতিৰিক্ত জিলা ন্যায়াধীশ সত্যব্ৰত পাণ্ডাই তেওঁলোকক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কয়।

Tags: Mala SinhaSalman Khanছলমান খানভিকি কৌশলমালা সিনহা
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx